All India Radio Assamese Assamese news bulletin, 19 Oct 2026 07:05 19 Oct 2026 07:05 বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি মুম্বাইত ইউ এ ইৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ সংখ্যক বৈঠকত অংশগ্ৰহণৰ বাবে আজি তাজিকিস্তানলৈ যাব চৌদি আৰৱৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে তাত… Original: All India Radio Assamese