Guwahati · Assamese · 2125 · Text bulletin 28 Oct 2026 21:25 REGIONAL NEWS UNIT AKASHVANI, GUWAHATI ASSAMESE NIGHT BULLETIN মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মই ক’লে যে এখন চহৰ প্ৰকৃতৰ্থত আধুনিক তেতিয়াহে হয় যেতিয়া ইয়াৰ পৰিৱেশ নিকা আৰু সেউজীয়া হয় আৰু যত প্ৰতিগৰাকী নাগৰিকে এটা সুস্থ জীৱন যাপনৰ সুযোগ-সুবিধা লাভ কৰিব। Original: regional-text