Assamese · Assamese · 0705 · NSD text bulletin 29 Oct 2026 07:05 NSD NEWS BULLETIN ALL INDIA RADIO, GUWAHATI 0000000000 ASSAMESE NSD MORNING BULLETIN HEADLINES নতুন দিল্লীৰ সেৱাতীৰ্থত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰযুক্তি আধাৰিত সক্ৰিয় প্ৰশাসনক উদগনি যোগোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা ব্যৱস্থা প্ৰগতিৰ ৫৪ সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। Original: nsd-text